Axomiya Sangbad
𝑨𝒙𝒐𝒎𝒊𝒚𝒂 𝒔𝒂𝒏𝒈𝒃𝒂𝒅 𝒄𝒉𝒂𝒏𝒏𝒆𝒍 𝒑𝒓𝒐𝒗𝒊𝒅𝒆𝒔 𝒂𝒍𝒍 𝒕𝒉𝒆 𝒄𝒐𝒗𝒆𝒓𝒂𝒈𝒆 𝒐𝒇 𝒃𝒓𝒆𝒂𝒌𝒊𝒏𝒈 𝒏𝒆𝒘𝒔 𝒆𝒗𝒆𝒏𝒕, 𝒂𝒍𝒍 𝒍𝒐𝒄𝒂𝒍 𝒏𝒆𝒘𝒔 𝒐𝒇 𝑨𝒔𝒔𝒂𝒎,𝒘𝒆𝒊𝒓𝒅 𝒏𝒆𝒘𝒔 𝒐𝒇 𝒏𝒂𝒕𝒊𝒐𝒏𝒂𝒍 𝒂𝒏𝒅 𝒈𝒍𝒐𝒃𝒂𝒍 𝒑𝒐𝒍𝒊𝒕𝒊𝒄𝒔 𝒂𝒏𝒅 𝒎𝒐𝒓𝒆 𝒇𝒓𝒐𝒎 𝒕𝒉𝒆 𝒐𝒕𝒉𝒆𝒓 𝑰𝒏𝒅𝒊𝒂 𝒕𝒐𝒑 𝒕𝒓𝒖𝒔𝒕𝒆𝒅 𝒐𝒖𝒕𝒍𝒆𝒕𝒔.
ৰাজ্যিক শোকৰ মাজত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ভুঁইৰোৱা কাৰ্যসূচী ৰূপায়ণ ।
গোলাঘাট জিলাৰ ফৰকাটিংত অৱস্থিত শীতল ভঁৰালৰ জৰাজীৰ্ণ ৰূপ।
#big_breaking_news
Strict action against citizens not following covid protocol in Dhansiri.
#Big_Breaking_News
কি সম্প্ৰচাৰ কৰা পাছত ৰাইজৰ মাজত ক্ষুণ্ণ হৈছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্ট?
কাজিৰঙাৰ ৰাজপথৰ দাঁতিত স্থাপন হ'ল গতিবেগ নিৰীক্ষণ যন্ত্ৰ ।
HS আৰু HSLC শিক্ষাৰ্থী সকলৰ বাবে সুখৱৰ ।।
পৰীক্ষাৰ সন্দৰ্ভত কিবা সিদ্ধান্ত দিবনে অসমৰ শিক্ষা বিভাগে?
অৱশেষত আৰক্ষী জালত পৰিল ড্ৰাগছৰ লগত জড়িত বঙাইগাঁও জিলাৰ অভয়াপুৰী সাংবাদিক নিতু বানিক্য ।
ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযান ।।
গহপুৰ আৰু নাৰায়ণপুৰৰ সীমাত বনপুৰৈৰ জামুগুৰি ঘাটত খহনীয়া ।
#Big_Breaking_News
সমগ্ৰ অসমৰ লগতে দৰংবাসীলৈ এক সুখবৰ কঢ়িয়াই আনিছে অভিনেতা দ্বীপজ্যোতি কলিতাই ।
২০২০ তকৈয়ো ভয়ানক হ'ব পাৰে ২০২১ চন ।চিনেমাত দেখা জম্বীৰ আতংক চলিব জীৱন্ত ৰূপত।
প্ৰতিদিনে ৩০ জন লোকে ধৰ্ষণ কৰিছিলে মোক||৪ বছৰত ৪৩,২০০ বাৰ ধৰ্ষণ কৰা এক হৃদয় বিদাৰক কাহিনী||
Covid ত আক্ৰান্ত হৈ জনপ্ৰিয় গায়িকা পাৰবিন পৰীৰ মৃত্যু।
স্বৰ্ণ বৰুৱাৰ পুৰণি বিয়া নামৰ সংকলন"বিয়া নামৰ হাঁচতি"উন্মোচন |
মানকাচৰত চৰকাৰী আচঁনি ঢুকি নোপোৱা ৬ খন দৰিদ্ৰ বৰ্মন পৰিয়ালৰ কৰুণ বিননি ৷
বিশাল বিশাল নিৰ্বাচনী সভাৰে মৈৰাবাৰীত চমক সৃষ্টি কৰিবলৈ সাজু হৈছে মেহবুব মোক্তা ।
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈছে দক্ষিণ শালমাৰা থানাৰ আৰক্ষী ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দক্ষিণ শালমৰা মানকাচৰ জিলাত আছুৰ বিক্ষোভ .....
অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে শিক্ষানুষ্ঠান সমূহত সৰস্বতী পূজাৰ বিশেষ আয়োজন ।
ৰাজনৈতিক দলৰ সভাত চৰকাৰী কৰ্মচাৰীৰ হেতাওপৰা --- ক'ত আৰু কিয়....
হোজাই জিলাৰ আৰক্ষী চকীৰ অন্তৰ্গত লংকা জান গাঁওৰ এটা পৰিয়ালৰ দুখ লগা দৃশ্য ।
লংকাৰ নৱজ্যোতি জুনিয়ৰ কলেজৰ বনভোজৰ আনন্দ....
হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক গৃহ জিলাতে পহুখেদা আৰু প্ৰতিবাদ....
মানকাচৰত ভাৰতীয় জনতা পাৰ্টিৰ জন সম্পৰ্ক অভিযান |
হোজাই জিলাৰ ফৰমাৰপাৰ Shining star English school বিদায়ী সভা উদযাপন ।
যোৱা কালি গহপুৰৰ সঞ্জীব ৰাজৰ কণ্ঠত মুক্তি লাভ পালে " উদুলি মুদুলি "